অদ্ভূত

ঘিণ কৰোঁ আপোনাক
আপোনাৰ চৰিত্ৰক 
আপোনাৰ ব্যক্তিত্বক
কিন্তু হৃদয়খন কি যে অদ্ভূত
আজিও নাচি উঠে সি 
আপোনাৰ অস্তিত্বত ।।
( অদ্ভূত আপুনিও )

Popular Posts