About us

"চিৰ চেনেহী মোৰ আই অসমী
অতিকৈ চেনেহৰ তোৰ মত।।"


 নাজানো লিখনি বোৰ পঢ়ি আপোনালোকে কেনে পাব তথাপি জনাই নজনাই লিখি গৈছো ।

ভাল পালে আপোনালোকৰ পৰা সহৰি পাম বুলি

আশ কৰিলোঁ। 

আৰু লগতে ভুল ভ্ৰান্তিবৰো আঙুলিয়াই দি 

লিখনি বোৰ আৰু উন্নত কৰাত সহায় কৰিব বুলি আশা কৰোঁ।


    ধন্যবাদ 🙏





Popular Posts