মামৰে ধৰা কলম

আপুনি জনা সেই প্ৰেমিক কবি আৰু নাই
যাৰ হাত দুখন আছিল ফটা
আৰু কপালখন ফুটা।

তেওঁৰ শুকান হাতত  প্ৰায়ে দেখা গৈছিল
এটা মাৰৰে ধাৰ কলম 
যাৰ চিয়াঁহী ও সস্তীয়া ...।

আজি সেই কবি আৰু নায়
নায় তেওঁৰ প্ৰেমৰ কবিতা 
হয়টো তেওঁৰ অভাৱ হ'ল কাগজৰ 
বা..! কলমৰ ..??

প্ৰেৰণাওনো তেওঁ পাব ক'ত
তেওঁৰ কপলখনো যে ফুটা।

Popular Posts