মামৰে ধৰা কলম ২

কবিতা আৰু কি লিখিম
এটাই মাত্ৰ কলম 
সেয়াও মামৰে খোৱা 
চিয়াঁহীওটো নহয় সস্তীয়া ।

আঙুলি কাটি মই লিখিব নোৱাৰো
তেজৰ কবিতা...
লিখিলোয়েই যেনিবা 
কি লিখিম...? কোৱা..!
অস্পৃশ্যতা ? নিশব্দতা ? তুমিহীনতা ? 
( দেৱদাস হব নিবিচাৰোঁ মই তোমাৰ প্ৰেমত... )

Popular Posts