এক অবুজ প্ৰশ্ন

এদিন এন্ধৰে ক'লে
"হিয়াখন আৰু ঢাকি ৰাখিবা 
কিমান দিনে ?"

ব্যৰ্থতাৰ জানো কিবা সীমা আছে !
সকলো আঁতৰাই হৃদয় বেৰে।

                  

Popular Posts